আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

0 257

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।এই উপলক্ষে অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
 
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই সদৰি কৰা  জানিবলৈ অনুসৰি প্ৰতিকূল বতৰ আৰু ৰাষ্ট্ৰীয় উদ্যান খনৰ ভিতৰভাগ বাট-পথৰ অৱস্থা প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা বনাঞ্চল কঁহুৱা আৰু পশ্চিম বনাঞ্চল বাগৰিত কেৱল জীপ ছাফাৰি পৰ্যটকৰ বাবে মুকলি কৰা হ’ব।

Leave A Reply

Your email address will not be published.