এগৰাকী চিকিৎসকে শিশুৰ বাবে এখন উদ্যান আগবঢালে

0 180

পূজা বতৰত শিশু সকললৈ পূজা উপহাৰ আগবঢ়ালে এগৰাকী চিকিৎসকে ।তিনিচুকীয়া জিলা ডিগবৈ ৰশ্মিতা উপাধ্যায় নামৰ চিকিৎসক গৰাকীয়ে সপ্তমী দিনা এখন শিশু উদ্যান আগবঢালে।
 
চিকিৎসক গৰাকীয়ে ডিগবৈ বালিজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত পিতৃ মাতৃ সোঁৱৰণত এখনি শিশু উদ্যান স্থাপন কৰে। এই শিশু উদ্যান খন শুভ উদ্বোধন কৰে অসম চিকিৎসা মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° নাৰায়ণ উপাধ্যায় । উল্লেখযোগ্য যে চিকিৎসক গৰাকী এনে মহানুভৱতাক অঞ্চলবাসীয়ে শলাগ লয়।

Leave A Reply

Your email address will not be published.