দেশ ভ্ৰমিছে এহাল দম্পত্তিয়ে

0 203

বাইক চলাই ভালপোৱা এজন যুৱক।নাম ৰাকেশ চৌধুৰী।ঘৰ পাঠশালাত । যুৱকজনে পূৰ্বতেও বাইক ৰাইডিঙত গৈছে।আৰু এইবাৰো ৫ ডিচেম্বৰৰ পৰা তেখেতে যাত্ৰা আৰম্ভ কৰিছে।যাত্ৰাৰ সঙ্গী তেখেতৰ পত্নী। লক্ষ্য ভাৰতবৰ্ষৰ ভিতৰৰ ৰাজ্যসমূহ পৰিভ্ৰমণ কৰি সম্প্ৰীতিৰ বাৰ্তা বিলোৱা।জানিব পৰা মতে ইতিমধ্যে কেইবাখনো ৰাজ্য অতিক্ৰম কৰিছে।ঠায়ে ঠায়ে বাইক ৰাইাডাৰ্চৰ সংস্থাবিলাকৰ কৰ্মকৰ্তাসকলে তেখেতসকলক সহায় সহযোগিতা আগবঢ়াইছে ।প্ৰতিদিনে ৰাকেশ চৌধুৰীয়ে ৰাতিপুৱাৰে পৰা সন্ধিয়া ভাগলৈকে প্ৰায় ৫০০ কি.মি. বাইক চলোৱাৰ প্ৰয়াস কৰিছে।স্মৰ্তব্য যে অহা ২২ ডিচেম্বৰত গুৱাহাটীত তেখেত সকলে এই যাত্ৰা সামৰণি মাৰিব ।খবৰ যুগুতালে গীতাঞ্জলী গগৈয়ে..

Leave A Reply

Your email address will not be published.