পূজাৰ প্ৰাকক্ষণত দুৰ্গাদেৱীক দেখা গৈছে চিকিৎসকৰ ৰূপত,কিন্তু ক’ত

0 221

সমাগত দুৰ্গা পূজা। এইবাৰ দূৰ্গাপূজা উলহে মালহে উদযাপন কৰিবলৈ নোৱাৰিলেও বিভিন্ন জনে বিভিন্ন ধৰণৰ থিমলৈ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে। এই খবৰ এন ই ফ’কাচ ডট কমৰ জৰিয়তে ইতিমধ্যে প্ৰকাশ পাইছে।
 
 
পূজাৰ প্ৰাকক্ষণত চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে দুৰ্গা দেৱী অন্য এক ৰূপত । চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা ফটোত দুৰ্গা দেৱীক দেখা গৈছে চিকিৎসকৰ ৰূপত, মহিসাসুৰক দেখা গৈছে ক’ৰণা ভাইৰাছৰ ৰূপত । গণেশক দেখা গৈছে পুলিচৰ ৰূপত।সমসাময়িক প্ৰতিছবি প্ৰতিফলিত কৰা এই মূৰ্তিৰ ছবিসমূহ প্ৰকৃততে ক’ত নিৰ্মাণ কৰা হৈছে তাক সঠিককৈ এতিয়ালৈ জানিব পৰা হোৱা নাই।

Leave A Reply

Your email address will not be published.