বিশ্বৰ বৈজ্ঞানিক সকলৰ ভিতৰত স্থান লাভ কৰিছে এজন অসমৰ বিজ্ঞানীয়ে

0 197

বিশ্বৰ বৈজ্ঞানিক সকলৰ ভিতৰত পৰিৱেশ বিজ্ঞান বিষয়ত ২৩৫ নং স্থান লাভ কৰিছে গুৱাহাটীৰ এজন প্ৰবক্তাই ।তেখেতৰ নাম কৃষ্ণ গোপাল ভট্টাচাৰ্য।
 
সম্প্ৰতি তেখেত অসম Don Bosco বিশ্ববিদ্যালয়ত ৰসায়ন বিজ্ঞান বিভাগত কৰ্মৰত হৈ আছে। ষ্টানফৰ্ড বিশ্ববিদ্যালয়ৰ এক সমীক্ষাত এই কথা প্ৰকাশ পাইছে। ইয়াৰ পূৰ্বে তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত আছিল। তেওঁৰ ২০০তকৈ অধিক গৱেষণা পত্ৰ বিভিন্ন জাৰ্নেলত প্ৰকাশ পাইছে।

Leave A Reply

Your email address will not be published.