ভাৰত পৰ্যটন বিভাগৰ ব্যতিক্ৰমী পদক্ষেপ

0 227

পোহৰ উৎসৱ দীপাৱলীৰ লগত সংগতি ৰাখি  ভাৰত পৰ্যটন বিভাগৰ উদ্যোগত মহানগৰীৰ হাতীগাঁওস্থিত মাদাৰ অল্ড এইজ হোমত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচী।এই কাৰ্যসূচীত উপস্থিত থাকি ভাৰত পৰ্যটন বিভাগৰ ক্ষেত্ৰীয় সঞ্চালক শংখ শুভ্ৰ দেৱ বৰ্মনে বৃদ্ধা সকলৰ মাজত ভাৱৰ আদান প্ৰদান কৰে আৰু কিছু উপহাৰ বিতৰণ কৰে।লগতে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.