সাংবাদিক অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ সম্পৰ্কত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ

0 237

২০১৮ চনত সংঘটিত এক ঘটনাৰ সূত্ৰ ধৰিয়েই আজি গ্ৰেপ্তাৰ কৰে সাংবাদিক অৰ্ণৱ গোস্বামীক।  সাংবাদিক গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছত সমগ্ৰ দেশজুৰি প্ৰতিবাদ আৰম্ভ হয়।এই সম্পৰ্কে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টুইটাৰ যোগে এনেদৰে মন্তব্য কৰে -A Black Day for Indian Democracy.I strongly condemn the assault on senior journalist #ArnabGoswami by Mumbai police. Vendetta politics should be stopped and freedom of press should be maintained in Maharashtra by releasing Mr Goswami immediately.
আনহাতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাইও এই কাৰ্যক মুম্বাই আৰক্ষীৰ প্ৰতিশোধ পৰায়ণতা বুলি মন্তব্য কৰিছে।

Leave A Reply

Your email address will not be published.