কামাখ্যা মন্দিৰত অনুষ্ঠিত মহা অম্বুবাচী মেলাত লাখ-লাখ ভক্তৰ সমাগম ঘটিছে। মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু পৰিৱেশ সচেতনতাৰ প্ৰচাৰ অভিযানকাৰী কনমানি সুহান মাল্লিকৰ উদ্যোগত ভক্তৰ মাজত ভিতৰত বিতৰণ কৰা হৈছে বিভিন্ন গছপুলি। পৰিৱেশ সচেতনতাৰ উদ্দেশ্যে পোনপ্ৰথমবাৰৰ বাবে অম্বুবাচীত দেখিবলৈ পোৱা গ’ল এনে এক ব্যতিক্ৰমী দৃশ্য। কালিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই গছপুলি বিতৰণৰ শিবিৰ। গছ থাকিলে মানুহ থাকিব। এই মহা বাৰ্তালৈ অম্বুবাচীলৈ অহা ভক্তৰ মাজত বিলাই থকা হৈছে গছপুলি। প্ৰতিদিনেই প্ৰায় এহাজাৰকৈ ভক্তক গছপুলি বিতৰণ তথা পৰিবেশ সংৰক্ষণৰ বাবে আহ্বান জনাব উদ্যোক্তাই। ইফালে সকলোকে মাৰ আশীষ লৈ আহি একোটিকৈ গছপুলি নিবলৈ অনুৰোধ কৰে শিবিৰটোত উপস্থিত লোকসকলে।
Trending
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন