অসমীয়া গহনাক নতুনত্বক প্ৰদান কৰিছে

0 260

অসমীয়া গহনাক নতুনত্ব প্ৰদান কৰিছে দুলীয়াজান কমলাবাৰীৰ এজন যুৱকে।দুলীয়াজানৰ দীপক গগৈ নামৰ যুৱকজনে পাট, মুগা সুতাৰে বিভিন্ন গহনা প্ৰস্তুত কৰিছে।গুৱাহাটীৰ আই আই ই ত প্ৰশিক্ষণ গ্ৰহণ কৰা দীপকে ইতিমধ্যে বিভিন্ন জুৱেলাৰী প্ৰস্তুত কৰি অসমৰ বিভিন্ন ঠাইৰ গ্ৰাহকক যোগান ধৰিছে।উল্লেখযোগ্য যে দীপকে সৰুৰে পৰা ক্ৰাফটৰ কৰ্মৰ লগত জড়িত আছিল ।দীপকৰ এনে পদক্ষেপক অসম বুক অৱ ৰেকৰ্ডছেও শলাগ লৈছে।

Leave A Reply

Your email address will not be published.