অসমীয়া পৰম্পৰাগত সাজ পাৰত মা-দুৰ্গাৰ প্ৰতিমা,কিন্তু ক`ত

0 275

অসমীয়া পৰম্পৰাগত সাজপাৰত মা দুৰ্গাক প্ৰতিষ্ঠা কৰিছে ।গুৱাহাটী মহানগৰীত অসমীয়া পৰম্পৰাগত সাজপাৰ, আ-অলংকাৰত দেখিবলৈ পোৱা গৈছে দেৱী দুৰ্গাৰ প্ৰতিমা।মহানগৰীৰ এগৰাকী মৃৎ শিল্পীয়ে অসমীয়া সাজ পাৰত প্ৰতিমা নিৰ্মাণ কৰিছে ।মহানগৰীৰ বিষ্ণুপুৰৰ নিৰ্মল পাল নামৰ মৃৎ শিল্পীগৰাকীয়ে প্ৰায় দুমাহৰ ভিতৰত নিৰ্মাণ কৰিছে দুৰ্গাদেৱীৰ প্ৰতিমা।প্ৰতিমাখনৰ উচ্চতা ৯ ফুট বহল ১৪ ফুট।প্ৰথমবাৰৰ বাবে অসমীয়া পৰম্পৰাগত সাজ পাৰত নিৰ্মাণ কৰিছে দুৰ্গা দেৱীৰ প্ৰতিমা।দেৱীৰ প্ৰতিমাটোৰ সাজপাৰ আ অলংকাৰ সম্পূৰ্ণ মাটিৰে নিৰ্মাণ কৰিছে বুলি মৃৎ শিল্পী গৰাকীয়ে সদৰি কৰিছে।

Leave A Reply

Your email address will not be published.