অসমত ৰাজ্য ভাষা আইন কাৰ্য্যকৰীকৰণৰ বাবে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে অসম সাহিত্য সভাই ।অসম ৰাজ্যৰ আওতাত থকা প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্য্যন্ত ব্ৰহ্মপুত্ৰ উপত্যকাত থকা শিক্ষানুষ্ঠান সমূহত অসমীয়া ভাষা, বড়ো স্বায়ত্ব শাসিত এলেকাত বড়ো, অসমীয়া ভাষাত আবেদন ,চৰকাৰী টোকা লেখাটো বাধ্যতামূলক কৰাত গুৰুত্ব আৰোপ কৰিছে। আনহাতে বৰাক উপত্যকাত বাংলা, অসমীয়া ,পাৰ্বত্য এলেকাত ইংৰাজী, অসমীয়া ব্যৱহাৰ কৰিবলৈও আহ্বান জনাইছে ।অসম সাহিত্য সভাই অসমৰ চৰকাৰী বেচৰকাৰী যিকোনো চাকৰিত মাতৃভাষাৰ জ্ঞান বাধ্যতামূলক কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে বুলি এক বিবৃতিৰ যোগে জানিবলৈ দিছে।
Trending
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন