অসমৰ জলপৰী আস্থা চৌধুৰীৰ অভিলেখ

0 253

ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ আৰু জুনিয়ৰ সাঁতোৰ চেনম্পিয়নশ্বিপত এগৰাকী অসম সন্তানে অভিলেখ ৰচনা কৰিছে ।শিৱসাগৰৰ আস্থা চৌধুৰীয়ে ১০০মিটাৰ বাটাৰফ্লাইট স্বৰ্ণপদক লাভ কৰিছে।বাংগালুৰুত ৫দিনীয়াকৈ অনুষ্ঠিত হোৱা ৩৭তম চাবজুনিয়ৰ আৰু ৪৭ তম জুনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত এই পদক লাভ কৰিছে ।মনকৰিবলগীয়া যে আস্থাই বহুকেইটা ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশলৈ সফলতা লাভ কৰিছিল।

Leave A Reply

Your email address will not be published.