উদ্ভাৱনী শক্তিৰ দ্বাৰা বিশ্বৰ প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনলৈ সেৱা আগবঢ়োৱা বিজ্ঞানী ডক্টৰ উদ্ধৱ ভৰালীক আগবঢ়াইছে ৰোল মডেল এৱাৰ্ড ।ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানে থিংক ইণ্ডিয়াৰ যৌথ সহযোগত এই সন্মান আগবঢ়াইছে ।জানিব পৰা মতে অহা ১৩জানুৱাৰীত বাংগালোৰস্থিত প্ৰতিষ্ঠানটোৱে জাগ্ৰুতি ২০১৯সৰ্বভাৰতীয় যুৱ মহোৎসৱত এই বঁটা প্ৰদান কৰিব ।উল্লেখযোগ্য যে১৪৯ টা যন্ত্ৰ উদ্ভাৱন কৰি ইতিমধ্যে তেখেতে ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা লাভ কৰিছে।শেহতীয়াকৈ লাভ কৰা এনে খবৰে সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে ।
Trending
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন