অসমৰ ৫ খন জিলা হটস্পটৰ তালিকাত

0 248

লক ডাউনৰ মাজতে কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।সংক্ৰমণৰ ভিত্তিত জিলাবোৰক ৩টা ভাগত বিভক্ত কৰিছে।সেই অনুসৰি হট স্পট ,নন হট স্পট,গ্ৰীণ কেটেগৰীত তালিকাভুক্ত কৰিছে।
 
 
হটস্পটৰ তালিকাত আছে অসমৰ ৫খন জিলাৰ নাম।সেই জিলা কেইখন হৈছে গোলাঘাট,ধুবুৰী,মৰিগাঁও,গোৱালপাৰা আৰু নলবাৰী জিলা।
 
 
আনহাতে কাছাৰ,হাইলাকান্দি,কামৰুপ মহানগৰ,কামৰুপ ,লখিমপুৰ,দক্ষিণ শালমাৰা,মান কাছাৰ,কৰিমগঞ্জক নন হটস্পট ঠাই হিচাপে বিভক্ত কৰিছে।উল্লেখযোগ্য যে দেশৰ ১১৭খন জিলা হটস্পট হিচাপে আৰু ২০৭খন জিলা নন হটস্পট ঠাই হিচাপে বিভক্ত কৰিছে।

Leave A Reply

Your email address will not be published.