ধিং এক্সপ্ৰেছ অসম গৌৰৱ হিমা দাসৰ অন্য এক সাফল্য।ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্সত একেদিনাই দুটাকৈ স্বৰ্ণ পদক লাভ কৰিলে অসম কন্যা হিমা দাসে।পাটিয়ালাত চতুৰ্থ ভাৰতীয় গ্ৰা প্রিত হিমা দাসৰ এই সাফল্য। ৪×১০০ ৰীলেত স্বৰ্ণ জয় কৰিলে হিমা দাসে। হিমা আৰু তিনি সহযোগীৰ হৈছে এ. সুচিন্ত্ৰন,ধনলক্ষ্মী,আৰু দ্যুতি চান্দ।উল্লেখযোগ্য যে ৪৩.৩৭ চেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি পূৰ্বৰ ৰেকৰ্ড ভংগ কৰে দলটোৱে। সিফালে ২০০ মিটাৰ দৌৰত স্বৰ্ণ পদক জয় কৰে অসম কন্যা হিমা দাসে। অলিম্পিকৰ কোৱালিফায়িং মাৰ্ক হৈছে ২২.৮০ চেকেণ্ড।০.০৮ বাবে অলিম্পিকলৈ যোগ্যতা অর্জনত কৰাত ব্যৰ্থ হৈছে হিমা দাসে।অৱশ্যে অলিম্পিকৰ বাবে আৰু এখন খেল খেলিবলৈ সুবিধা পাব হিমা দাসে।
Trending
- চি আই ডিৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি লাভ আইৰণ লেডীৰ
- আজি অনুষ্ঠিত হয় প্রথম পৰ্য্যায়ৰ ভোটদানৰ পৰ্ব
- আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ
- ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান