অসম বন্ধলৈ সমৰ্থন -স্তব্ধ জনজীৱন

0 312

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত আছুৱে জনোৱা অসম বন্ধৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ জনসাধাৰণে সঁহাৰি জনোৱাৰ পৰিলক্ষিত হৈছে ।ঠাই বিশেষে বন্ধৰ সমৰ্থকে প্ৰতিবাদ কৰিছে।শিক্ষানুষ্ঠান,যান বাহন, ব্যৱসায় প্ৰতিষ্ঠান অাদি বন্ধ ৰখাৰ বাতৰি আহিছে।উল্লেখযোগ্য যে আছুৰ লগতে ৩০টা সংগঠনে এই বন্ধ সমৰ্থন কৰিছিল। বন্ধৰ কাৰ্য্যসূচী ৰূপায়ণে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰাকে ইংগিত বহন কৰিলে ।

Leave A Reply

Your email address will not be published.