অসম ৰাজ্যিক পৰিবহন নিগমে the chalo শীৰ্ষক এটা এপ মুকলি কৰে।মহানগৰীৰ হোটেল ৰেডিচন ব্লুত আয়োজিত এক অনুষ্ঠানত এই এপটো আনুুুষ্ঠানিকভাৱে মুকলি কৰে পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ।জানিব পৰা মতে এই এপটোৰ জৰিয়তে যাত্ৰীয়ে টিকট বুকিঙকে আদি কৰি বাছ গতি ,অৱস্থিতিৰ বিষয়ে সম্ভেদ জ পাব পাৰিব ।এই এপটোৱে যাত্ৰীৰ জৰুৰীকালীন সময়ত সহায়ক হ’ব।এপটোৰ সম্পৰ্কত অসম ৰাজ্যিক পৰিবহন নিগমৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে কয় যে যাত্ৰী সকলক সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই এপৰ ব্যৱস্থা কৰা হৈছে ।আশাকৰো এপটোৱে সময়ত মাইলৰ খুটি হিচাপে কাম কৰিব।উল্লেখযোগ্য যে অসম ৰাজ্যিক পৰিবহন নিগমে ছাত্ৰৰ বাবে, ৩০%,ছাত্ৰীৰ বাবে ৩৫%জেষ্ঠ্য নাগৰিকৰ বাবে ৫০%,দিবাংগ আৰু মুক্তি যুঁজাৰুৰ বাবে ১০০%,মেডিয়াৰ বাবে ৮০%ৰেহাই মূল্যত যাতায়তৰ ব্যৱস্থা কৰিছে।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন