আংশিক লকডাউনৰ ফলত বিক্ৰী কৰিব নোৱাৰা পাছলি সমূহ এতিয়া বিক্ৰী কৰিব পাৰিব

0 231

ৰাজ্যৰ খেতিয়ক সকলৰ বাবে এটা ভাল খবৰ।উৎপাদিত পাচলি বিক্ৰীৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ।আংশিক লকডাউনৰ ফলত বিক্ৰী কৰিব নোৱাৰা পাচলিসমূহৰ বাবে এতিয়া সেই ফোন নম্বৰত যোগাযোগ কৰি বিক্ৰী কৰিব পাৰিব উৎপাদিত পাচলি। ৰাজ্য কৃষি বিভাগে মুকলি কৰিছে প্ৰত্যেক জিলাই জিলাই এই ফোন নম্বৰ।নম্বৰ সমূহ হ’ল-
বাক্সা জিলা:-9435048517/9101313810
বৰপেটা,বজালী:-7002936257
বিশ্বনাথ:-7002757076
বঙাইগাঁও:-9678594358
কাছাৰ:-9954375755/9954961765
পশ্চিম কাৰ্বিআংলং:-8811826910
ওদালগুৰি:-9365649733
তিনিচুকীয়া:-7002918853
দক্ষিণ শালমাৰা মানকাচৰ:-9678564077
শোণিতপুৰ:-9365417182
শিৱসাগৰ:-8638679161
নলবাৰী:-9101264895/6001342936
নগাঁও:-8638054931/7002063243
মৰিগাঁও:-9101481941/7002146527
মাজুলী:-9707386720
লখিমপুৰ:-8011646107
কোকৰাঝাৰ:-9435322770
কৰিমগঞ্জ:-9957564334
কাৰ্বিআংলং:-7002949443
কামৰূপ, কামৰূপ মেট্ৰ:-7002506840
যোৰহাট:-9954699320/9101165294
হোজাই:-7086769570
হাইলাকান্দি:-8473074738/7085334946
গোলাঘাট:-8638184390
গোৱালপাৰা:-8638717487/9435314886
ডিমা হাছাও:-8811975155
ডিব্ৰুগড়:-9954269129/8133037037
ধুবুৰী:-7002561959
ধেমাজি:-9954624352/7002509317
দৰং:-9435083526
চিৰাং:-7002736979/8812043331
চৰাইদেউ:-9435658720

Leave A Reply

Your email address will not be published.