আজিৰে পৰা আৰম্ভ হ’ল আই পি এল

0 294

অৱশেষত উৎকণ্ঠাৰ অৱশেষত অন্ত পৰিল৷ ইউনাইটেড আৰব এমিৰেটছত আজিৰে পৰা আৰম্ভ হ’ব ত্রয়োদশ সংস্কৰণৰ আই পি এল৷
 
 
ক’ৰণা ভাইৰাছে সমগ্র বিশ্বত সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ মাজতে আজি অনুষ্ঠিত হোৱা প্রতিযোগিতাখন ক্রীড়ানুৰাগীসকলৰ বাবে আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে৷
ইতিমধ্যে  ইউ এ ই চৰকাৰ আৰু দেশখনৰ ক্রিকেট ব’ৰ্ড সাজু হৈ উঠিছে৷ বি চি চি আইৰ মুৰব্বী সৌৰভ গাংগুলীয়ে প্রায় এসপ্তাহ পূর্বেই ডুবাইত উপস্থিত হৈ সমগ্র পৰিস্থিতি বুজ লৈছে৷ একেৰাহে ৫৩ দিন ধৰি চলিবলগীয়া ত্রয়োদশ সংস্কৰণৰ আই পি এলৰ উদ্বোধনী মেচত আজি সমুখ সমৰত নামিব ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছ৷

Leave A Reply

Your email address will not be published.