আজিৰে পৰা মহানগৰীত আৰম্ভ হৈছে ভ্ৰাম্যমান ক’ভিড টীকাকৰণ

0 250

সোমবাৰৰ পৰা কামৰূপ মহানগৰ জিলাত আৰম্ভ হ’ব ভ্ৰাম্যমান ক’ভিড টীকাকৰণৰ দুদিনীয়া কাৰ্যসূচী৷ জিলাখনৰ ৫টা খণ্ডত আৰম্ভ কৰা হ’ব এই কাৰ্যসূচী৷ ইয়াৰ বাবে খণ্ড অনুযায়ী কেবাটাও দল গঠন কৰা হৈছে৷ এই দলসমূহৰ সৈতে যোগাযোগ কৰি টীকা গ্ৰহণ কৰিব পাৰিব৷
সোণাপুৰ মণ্ডলঃ
৬০০৩৬৩৩১৩৯
৮৮৫১৯৭৭২২৪
ৰাজধানী মণ্ডলঃ
৮৪৮৬৫৬২৭১২
৮১৩৩৮৭৮৪৩৫
৯৯৫৭৯১৯২৩৪
৭০০২৫৪২৭০২
পূৱ মণ্ডলঃ
৯৭০৭১০১৬৯৯
৬০০০৭৮৭১৪১
৮৮১২০৬৬৭৩৭
৮৪০৩৮৪৮৫৮৯
পশ্চিম মণ্ডলঃ
৭৫৭৫৯১৫৫৭২
৭৫৭৭৯৩৭৭৫২
৮৬৩৮৪১৮২৪৯
৭০০২৩৯৯২০৬
ধীৰেণপাৰা মণ্ডলঃ
৯৫০৮৩৪৫৩০২
৮০১১০৮০৬৪১
৯৯৫৭২৯৬৪১৬
৬০২৬৭৪০৩৩৩
টীকা ল’বলৈ নিজ নিজ সংশ্লিষ্ট এলেকা অনুযায়ী উল্লেখিত যিকোনো নম্বৰত যোগাযোগ কৰিব পাৰিব৷

Leave A Reply

Your email address will not be published.