আজিৰ দিনটোত ক’ত কিমান ভোটদান হ’ল

0 308

সুকলমে সমাপ্ত হ’ল চাৰি সংসদীয় সমষ্টিৰ আজিৰ দিনটোৰ ভোটগ্ৰহণ ।পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটগ্ৰহণ ৫বজাত সামৰণি পৰে।আমালৈ অহা খবৰ অনুসৰি গুৱাহাটীত ৮০.২০ শতাংশ ,বৰপেটাত ৭৮.১১শতাংশ,ধুবুৰীত ৮৬. ৯৪ শতাংশ আৰু কোকৰাঝাৰত ৭৭.৩৮শতাংশই আজি ভোটদান কৰে।বিভিন্ন ঠাইত ই ভি এম বিসংগতিৰ বাহিৰে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হয়।তৃৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ সৰ্বোচ্চ ভোটদান ধুবুৰীত হয় বুলি জানিব পৰা গৈছে ।

Leave A Reply

Your email address will not be published.