আজি অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱস

0 227

অসম গণ পৰিষদৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস।এই প্ৰতিষ্ঠা দিৱস দেৰগাঁৱৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব।বিগত ৩৫ বছৰে অসম গণ পৰিষদে অসমৰ ৰাজনীতিত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অতুল বৰাই কয় যে অসম গণ পৰিষদৰ দলটোক আগবঢ়াই লৈ যাবলৈ অঙ্গীকাৰবদ্ধ।ৰাজ্যখনৰ জাতীয়তাবাদৰ ভেটি একপক্ষীয়, আক্ৰোশমূলক আৰু পৰিকল্পিত ভাৱে থানবান কৰা সকলো ধৰণৰ প্ৰচেষ্টা প্ৰতিহত কৰিবলৈ অসম গণ পৰিষদ দলৰ প্ৰতিগৰাকী সদস্য সাজু বুলি তেখেতে উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.