আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্য শ্ৰাদ্ধ

0 232

আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিছপুৰ চৰকাৰ আৱাসত আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে।জানিব পৰা মতে বিভিন্ন ধৰ্মীয় অনুষ্ঠানেৰে পৰিয়ালে আয়োজন কৰিছে।
সচিবালয়ৰ সমীপত ৰাইজৰ বাবে শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা থাকিব।গুণমুগ্ধই এই স্থানতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব।

Leave A Reply

Your email address will not be published.