আত্ম নিৰ্ভৰশীলতা অন্যতম নিদৰ্শন

0 153

এগৰাকী শিক্ষিত যুৱক।যুৱক জনৰ নাম লক্ষীৰঞ্জন কাকতি। এই শিক্ষিত যুৱকজনে কামৰ সৰু বৰ নগণি  আৰম্ভ কৰিছে শাক পাচলি ব্যৱসায়।নগাঁও মহাবিদ্যালয় পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি এই যুৱকজনে কৃষি কৰ্মত লাগি পৰে।
 
 
 
লকডাউনৰ সময়তো শাক পাচলিৰ ব্যৱসায় কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দেখুৱাইছে।দেউতাক প্ৰয়াত ৰণ্টু কাকতি অনুপ্ৰেৰণাত তেখেতে খেতিয়ক হৈ স্বাৱলম্বী হোৱাৰ সপোন ৰচিছে।উল্লেখযোগ্য যে কালি যুৱকজনে দেউতাৰ কুটীৰ নামৰ এখন ফাৰ্ম আনুষ্ঠানিক ভাৱে মুকলি কৰে । এই ফাৰ্ম খনত শাক-পাচলি লগতে মাছ পালনৰ ব্যৱস্থা কৰিছে।

Leave A Reply

Your email address will not be published.