পুনৰ দুটা আন্তঃৰাষ্ট্ৰীয় পদকেৰে উজলি উঠিল অসমৰ উদীয়মান শ্বুটাৰ হৃদয় হাজৰিকা ।জাৰ্মানীত চলি থকা আই এছ চি এইছ শ্বুটাৰ হৃদয় হাজৰিকাই ব্যক্তিগত ১০মিটাৰ এয়াৰ ৰাইফলৰ জুনিয়ৰ শাখাত ব্ৰঞ্জৰ পদক দখল কৰাৰ লগতে ১০ মিটাৰ এয়াৰ ৰাইফলৰ দলীয় শাখাত সোণৰ পদক দখল কৰিবলৈ সক্ষম হয় ।ইয়াৰ পূৰ্বে যুৱ শ্বুটাৰ গৰাকীয়ে দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা ৫২সংখ্যক আই এছ এফ শ্বুটিঙত সোণৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল ।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা