আন্তঃ ৰাষ্ট্ৰীয় চলচিত্ৰত অসম সন্তানৰ অধিপত্য

0 327

এইবাৰ যশস্বী অভিনেতা আদিল হুছেইনক দেখা যাব আমেৰিকাৰ বিখ্যাত ৱেব টেলিভিজন ছিৰিজ ,’Stra Trek: Discovery’ ত । অলপতে ‘ৰাহগীৰ’ আৰু ‘নিৰ্বাণ ইন’ নামৰ চলচিত্ৰ দুখন আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত ৱল্ড প্ৰিমিয়াৰ অনুষ্ঠিত হৈ যায় । অসমৰ গোৱালপাৰাৰ সু সন্তান আদিল হুছেইনে দুয়োখন চলচিত্ৰতে মূল চৰিত্ৰত অভিনয় কৰিছে । উল্লেখযোগ্য যে আদিল হুছেইনে ভায়ামামাৰ জৰিয়তে অভিনয় জগতত প্ৰবেশ কৰিছিল ।

Leave A Reply

Your email address will not be published.