আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত বেলকনী ভগৱান

0 247

২৬ সংখ্যাক কলিকতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত হৈছে বিশ্বজিৎ বৰা পৰিচালিত বেলকনীত ভগৱান শীৰ্ষক ছবিখন।চলচ্চিত্ৰ মহোৎসৱখনৰ নেশ্যনেল কম্পিটিচন অন ইণ্ডিয়ান লেংগুৱেজ শাখাৰ প্ৰতিযোগিতাত এই ছবিখনে অংশ ল’ব।
 
 
 
ছবিখনৰ ইংৰাজী ছাব-টাইটেল হ’ল গড অন দ্য বেলকনী । অহা ৫ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈ হ’ব লগীয়া ২৬ সংখ্যক কলিকতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত বেলকনীত ভগৱানৰ ৱৰ্ল্ড প্ৰিমিয়াৰ অনুষ্ঠিত হ’ব।
 
উল্লেখযোগ্য হে ছবিখন প্ৰয়োজনা কৰিছে জেতুকা পাতৰ দৰে বাবে ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰয়োজক নুৰুল চুলতানে । ছবিখনত অভিনয় কৰা সকলৰ ভিতৰত অন্যতম মুম্বাই হৰিশ খান্নাৰ উপৰি অসমৰ দীনেশ দাস,অৰুণ হাজৰিকা,ৰাজীৱ ক্ৰ,প্ৰণামী ভাৰতী,শোণিত বৰা,পৰিনান্ধি জিমা চুলতানা ,পবিত্ৰ বৰুৱা,মন্ত্ৰী অতুল বৰা,জ্যেষ্ঠ অধিবক্তা বিজন মহাজন আদি।

Leave A Reply

Your email address will not be published.