সমগ্ৰ বিশ্বজুৰি দুঃসাহসিক পৰ্যটনে জনপ্ৰিয়তা লাভ কৰাৰ সময়তে উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটনৰ ক্ষেত্ৰৰ বাবে কাম কৰিবলৈ আগবাঢ়ি আহিছে কেইগৰাকীমান চলচ্চিত্ৰ নিৰ্মাতা।ইয়াৰ অংশস্বৰুপে বুধবাৰে মেঘালয়ৰ মাওলুহ গুহাত অসম পৰ্বতাৰোহন সংস্থাই অনুসন্ধান চলোৱাৰ দৃশ্য এখন তথ্য চিত্ৰখন সংযোজিত কৰে।উল্লেখযোগ্য যে এই সমগ্ৰ কামটোৰ জৰিত হৈ আছে অসম পৰ্বতাৰোহন সংস্থা।তথ্যচিত্ৰখন মুকলি কৰি দিয়াৰ পিছত সমগ্ৰ দেশবাসীয়ে উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটনৰ ক্ষেত্ৰৰ প্ৰতি অধিক আকৰ্ষিত হ’ব বুলি চলচ্চিত্ৰ নিৰ্মাতা সকলে আশা প্ৰকাশ কৰিছে।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন