এছিয়ান টাঙত সফলতা লাভ কৰিলে অসম সন্তানে

0 273

1st virtual Ito asian tang 800 চেম্পিয়নশ্বিপত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰাৰ লগতে ব্লেক বেল্ট জুনিয়ৰ শাখাত aero martial প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি অসম তথা ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই আনিছে ভাৱাৰ্ণৱ অশোক শইকীয়াই।
 
বেলতলা সৌৰভ নগৰৰ অশোক কুমাৰ শইকীয়া আৰু কল্পনা শইকীয়াৰ পুত্ৰ ভাৱাৰ্ণব ডনবক্স’ স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ। ইতিমধ্যে সৰ্বভাৰতীয় টাং টুডু ফেডাৰেচনৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য প্ৰশিক্ষক মাষ্টাৰ দেৱজিত গগৈ আৰু বৰ্ণালী গগৈৰ তত্বাৱধানত প্ৰশিক্ষণ লৈ ব্লেক বেল্ট প্ৰথম স্থান লাভ কৰিছে।

Leave A Reply

Your email address will not be published.