এন আৰ এলৰ ২৬তম বাৰ্ষিক বৈঠক সম্পন্ন

0 281

এন আৰ এলৰ ২৬তম বাৰ্ষিক বৈঠক খন কালি গুৱাহাটীস্থিত কাৰ্য্যালয়ত সম্পন্ন হয় ।এই বৈঠকত কোম্পানীটোৰ ২০১৮- ১৯ বৰ্ষৰ বাবে ১৭টকা প্ৰতি শ্বেয়াৰৰ লভ্যাংশ ঘোষণা কৰে।জানিব পৰা মতে উল্লেখিত বৰ্ষৰ লেন দেন হয়১৮,৫১১ কোটি টকা।আনহাতে ২৯৭৮ টি এম টি বিক্ৰীয়ে২০১৮-১৯  বৰ্ষত অভিলেখ সৃষ্টি কৰে।বৈঠকখনত বি পি চি এলৰ অধ্যক্ষ ডি ৰাজকুমাৰ,এন আৰ এলৰ পৰিচালন সঞ্চালক এছ কে বৰুৱা আৰু বহুকেইজন কৰ্মচাৰী উপস্থিত  থাকে ।

Leave A Reply

Your email address will not be published.