এমাজ’নত বেষ্ট ছেলাৰৰ শীৰ্ষত আছে অসম জীয়ৰীৰ এখন গ্ৰন্থ

0 272

এমাজন’ৰ বেষ্ট ছেলাৰৰ তালিকাত সন্নিবিষ্ট হৈছে এখন বিশেষ গ্ৰন্থৰ নাম।গ্ৰন্থখনৰ নাম Healthy Habits For a Healthier You. গ্ৰন্থখন লিখি উলিয়াইছে অসম জীয়ৰী দিয়া নাথে।
 
 
 
স্বাস্থ্য সন্মত বিভিন্ন খাদ্য সম্ভাৰৰ কথা গ্ৰন্থখনক সন্নিবিষ্ট কৰিছে।ইতিমধ্যে বিশ্ববাসীৰ মাজত এই গ্ৰন্থখনে যথেষ্ট সমাদৰ লাভ কৰিছে। এমাজ’নতো আন্ত:ৰাষ্ট্ৰীয় বেষ্ট ছেলাৰ হিচাপে চিহ্নিত হৈছে।সম্প্ৰতি আমেৰিকাৰ বাসিন্দা দিয়াই খাদ্যভাসৰ জৰিয়তে কিদৰে এটা সুন্দৰ জীৱন যাপন কৰিব পাৰি তাৰ বিষয়ে জনোৱাৰ প্ৰয়াস কৰিছে।

Leave A Reply

Your email address will not be published.