কলাক্ষেত্ৰলৈ গ্ৰন্থ আগবঢ়ালে অসম সাহিত্য সভাই

0 234

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ গ্ৰন্থগাৰলৈ অসম সাহিত্য সভাৰ কিছু নিৰ্বাচিত গ্ৰন্থ সংকলন কালি আগবঢ়ায়।এক বিশেষ অনুষ্ঠানত গ্ৰন্থ সমূহ অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰক আগবঢ়ায়।জানিব পৰা মতে সেই গ্ৰন্থসমূহ পাঠক সমাজে গ্ৰন্থগাৰত পঢ়িবলৈ পাব।
 
কালি আনুষ্ঠানিক ভাৱে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত সচিব যাদৱ শৰ্মা  অসম সাহিত্য সভা, জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী,নমিতা ডেকা,মনজিৎ সিং আৰু ভৱেশ শৰ্মা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.