কাইলৈ ঘোষণা হ’ব নতুন এছ অ`পি।ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কাইলৈ ১১ বজাত এক সংবাদমেল আয়োজন কৰিছে। এই নতুন এছ অ`পিয়ে ৰাজ্যলৈ স্বাভাৱিক অৱস্থা আনিব।বিশেষকৈ কলেজ,হোষ্টেল,আন্তঃজিলা, বাছৰ সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত কিছু শিথিলতা অহাৰ সম্ভাৱনা।আনহাতে সান্ধ্যা আইনৰ ক্ষেত্ৰতো শিথিলতা অনা পূৰ্ণ সম্ভাৱনা।আনহাতে ৬ ছেপ্টেম্বৰৰ পৰা আন এখন নতুন এছ অ পি কাৰ্যকৰী হ’ব বুলি জানিব পৰা গৈছে।
Trending
- আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ
- ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান
- এল জি ইলেক্ট্ৰনিক্সে মুকলি কৰিলে MoodUP*
- যোগোৎসৱ আয়োজন