কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী ৰামেশ্বৰ তেলীৰ ঘোষণা- গুৱাহাটীলৈ স্থানান্তৰিত হ’ব অইলৰ মুখ্য কার্যালয়

0 282

নয়দাৰ পৰা অচিৰেই গুৱাহাটীলৈ অনা হ’ব অইলৰ মুখ্য কার্যালয়৷ সোমবাৰে এই কথা ঘোষণা কৰিলে কেন্দ্রীয় ৰাজ্যিক পেট্র’লিয়াম মন্ত্রী ৰামেশ্বৰ তেলীয়ে সোমবাৰে উত্তৰ গুৱাহাটীত স্কীল ডেভেপলমেণ্ট ইনষ্টিটিউট পৰিদর্শন কৰাৰ সময়তে এই কথা ঘোষণা কৰি কেন্দ্রীয় মন্ত্রীজনে জানিবলৈ দিয়ে যে অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কার্যালয় গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ ক্ষেত্রত ইতিমধ্যে প্রাৰম্ভিক কাম–কাজ আৰম্ভ হৈছে৷ অসমবাসীলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী চৰকাৰৰ এয়া উপহাৰ বুলি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে তেল উদ্ঘাটনৰ সবিশেষ তথা শোধনাগাৰৰ বিভিন্ন কাৰিকৰী দিশ সম্বলিত এক সংগ্রহালয় স্থাপন কৰা হ’ব বুলিও জানিবলৈ দিয়ে৷

Leave A Reply

Your email address will not be published.