ক’ৰণা ভাইৰাছৰ সম্পৰ্কত গ্ৰন্থ লিখি উলিয়ালে

0 250

ক’ৰণা ভাইৰাছে সমগ্ৰ বিশ্বতে আতংকময় পৰিবেশ সৃষ্টি কৰাৰ সময়তে এগৰাকী অসমীয়া চিকিৎসকে ক’ৰণা ভাইৰাছৰ সম্পৰ্কত এখন গ্ৰন্থ লিখি উলিয়াইছে।
 
 
 
গ্ৰন্থখন লিখি উলিয়াইছে চিকিৎসক বোধেশ্বৰ গগৈয়ে।এ ট্ৰিবিউট টু মেন কাইণ্ড শীৰ্ষক গ্ৰন্থখন শুক্ৰবাৰে বোকাখাত মহকুমাধিপতি বিবেক শ্যামৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি হয়।জানিব পৰা মতে এই গ্ৰন্থখন( ক’ভিড১৯ক চিনাক্ত কৰা) চিকিৎসক ডক্তৰ লি উইলিয়াং আৰু স্বাস্থ্য কৰ্মী সকলৰ নামত উৎসৰ্গা কৰিছে ।গ্ৰন্থখন উন্মোচনী অনুষ্ঠানত বহুকেইগৰাকী সাংবাদিক উপস্থিত থাকে।
সহযোগ কৰিলে বোকাখাতৰ পৰা দিব্য জ্যোতি হাজৰিকাই..

Leave A Reply

Your email address will not be published.