চতুৰ্থ উত্তৰ পূৰ্বাঞ্চলৰ পাব্লিক ৰিলেশ্বনছ ক’নক্লেভ সম্পন্ন

0 211

পাব্লিক ৰিলেশ্বনছ চ’চাইটি অৱ ইণ্ডিয়া গুৱাহাটী শাখাৰ উদ্যোগত পাব্লিক ৰিলেশ্বনছ ইন ব্ৰিজিং গেপছ শীৰ্ষক এক সমাৰোহ কালি ইণ্ডিয়া ক্লাৱত অনুষ্ঠিত হয়।সমাৰোহখনত পি আৰ সকলৰ ভূমিকাৰ সম্পৰ্কে আলোচনা হয়।সমাৰোহৰ লগত সংগতি ৰাখি পি আৰ ২০২০ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে ।গ্ৰন্থ খন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৰীতা ভিমানীয়ে। বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায়১০০জন ছাত্ৰ ছাত্ৰীয়ে সমাৰোহখনত  অংশগ্ৰহণ কৰে ।সমাৰোহখনত এন আৰ এলৰ পৰিচালন সঞ্চালক এছ কে বৰুৱা, চি ই অ ৰীতা ভিমানী,ৰিণিকি ভূঞা শৰ্মা, মধুচন্দা অধিকাৰী, প্ৰাঞ্জল শইকীয়া, কৌশিক বেজবৰুৱাকে আদি বিভিন্ন জন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.