চতুৰ্থ পৰ্যায়ৰ লক ডাউনৰ ঘোষণা

0 235

সমগ্ৰ দেশতে আজি অন্ত পৰিল তৃতীয় পৰ্যায়ৰ লকডাউন। মহামাৰী ক’ৰণাৰ প্ৰতিহত কৰাৰ ক্ষমতা হ্ৰাস কৰাৰ অৰ্থে দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কাইলৈৰ পৰা অৰ্থাৎ ১৮মে’ৰ পৰা ৩১মে’লৈ পুনৰ জাৰি কৰিছে চতুৰ্থ পৰ্যায়ৰ লকডাউন।
 
 
চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ ক্ষেত্ৰত দেশৰ সকলো মন্ত্ৰণালয়, বিভাগ আৰু ৰাজ্য চৰকাৰ সমূহলৈ পত্ৰ প্ৰেৰণ কৰিছে। সমান্তৰালভাৱে সকলোধৰণৰ নীতি নিয়ম মানিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। প্ৰথমেই এই সন্দৰ্ভত আনুষ্ঠানিক নীতি নিৰ্দেশনা প্ৰদান কৰে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই। ইয়াৰ পিছতেই চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সমগ্ৰ নীতি নিৰ্দেশনা প্ৰস্তুত কৰে ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিয়ে। সমগ্ৰ দেশজুৰি চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে  তৰফৰ পৰা জাৰি কৰিছে নতুন গাইড লাইনৰ।

Leave A Reply

Your email address will not be published.