চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

0 221

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ বছৰীয়া জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে আয়োজন কৰা চিত্ৰাংকন আৰু পোষ্টাৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে।মুঠ ১৬৭ প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা দুটা প্ৰতিযোগিতা শাখা সমূহ স্কুলৰ শিক্ষাৰ্থীৰ পৰা মহাবিদ্যালয়/বিশ্ববিদ্যালয় আৰু বিশিষ্ট বঁটা প্ৰাপকসকলক বাদ দি সকলো ব্যক্তিৰ বাবে মুকলি আছিল । চিত্ৰাংকন প্ৰতিযোগিতাৰ ক শাখাত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী শিক্ষার্থীসকল আৰু খ শাখাত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী সকলক সামৰি লোৱা হৈছে।চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল হ’ল এনেধৰণৰ।
ক শাখাত:-
প্ৰথম স্থান:- এছ,অভিনৱ
দ্বিতীয় স্থান:-চান্দশী শৰ্মা
তৃতীয় স্থান:-দীপ্তাঙশ দাস
শ শাখা:-
প্ৰথম স্থা:-জিন্টি বৰ্মন
দ্বিতীয় স্থান:-সাগৰিকা শৰণীয়া
তৃতীয় স্থান:-ভি মৈথিলী
আনহাতে পোষ্টাৰ প্ৰতিযোগিতাত ক শাখাত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক সামৰি লোৱা হৈছিল আৰু খ শাখাত মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থী লগতে বিশিষ্ট বঁটাপ্ৰাপকসকলক বাদ দি যিকোনো ব্যক্তিক সামৰি লোৱা হৈছিল।ফলাফল সমূহ এনেধৰণৰ।
ক শাখাত:-
প্ৰথম স্থান:-ইলা দেৱী
দ্বিতীয় স্থান:-নৱনীত অগষ্ট
তৃতীয় স্থান:-উজ্জল বৰদলৈ
খ শাখাত:-
প্ৰথম স্থান:-ৰেবেক ৰোথাংগ মাৱি লেইৰি
দ্বিতীয় স্থান:-পিণ্টু চিল
তৃতীয় স্থান:-সৰিথা চিৰোকুলা
সকলো বিজয়ীক ব্যক্তিগত ভাৱে যোগাযোগ কৰা হ’ব আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ বছৰীয়া জয়ন্তী উদযাপন সামৰণি অনুষ্ঠানত বঁটা প্ৰদান কৰা হ’ব বুলি আয়োজকমণ্ডলীয়ে জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.