চেলেঞ্জ নকৰিব-স্পৰ্শ কৰিয়েই সকলো পঢ়িব পাৰে এই শিশুজনে

0 293

স্পৰ্শ বিদ্যা জৰিয়তেও বহু কথা ক’ব পৰা যায়।এই স্পৰ্শ বিদ্যা জৰিয়তে সকলোকে বিস্ময় কৰি তুলিছে এজন শিশুৱে। শিশু জনৰ নাম নমস্য পল্লৱ কাশ্যপ।কলিয়াবৰৰ ষষ্ঠ শ্ৰেণীত পঢ়া এই শিশু জনে চকু বান্ধি অনায়াসে কিতাপ, আলোচনী, বাতৰি কাকত আদি পঢ়িব পৰাৰ লগতে স্পৰ্শ কৰিয়ে ম’বাইলৰ গেলাৰীত থকা ফটো উলিয়াব পাৰে।
জানিব পৰা মতে মাত্ৰ সাত বছৰ বয়সত নমস্যই কুঁৱৰীটোলৰ দিৱ্য কাউনঞ্চিলিং প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানত এবছৰীয়া কৰ্মশালা কৰিছিল ।আৰু ইয়াৰ পিছৰে পৰা শিশু জনে চকু বান্ধি হাতৰ স্পৰ্শ কৰি অনায়াসে সকলো কথা ক’ব পৰা হৈ উঠে নমস্যই।উল্লেখযোগ্য যে নমস্য কলিয়াবৰ আখিৰঙা গাঁৱৰ দীপাংক পল্লৱ শইকীয়া আৰু ৰীতামনি শইকীয়া পুত্ৰ।

Leave A Reply

Your email address will not be published.