ছেপ্টেম্বৰ মাহৰ পৰা শিক্ষা বৰ্ষ আৰম্ভ হোৱা সম্ভাৱনা

0 212

ক’ৰণা সংক্ৰমণ লাহে লাহে নিয়ন্ত্ৰণলৈ আহিছে। ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে । হয়তো আগষ্ট মাহৰ শেষৰ ফালে ক’ৰণাৰ সংক্ৰমণ কমিব। এই মন্তব্য স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
 
 
সোমাবাৰে জি এম চি এইচ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। লগতে তেখেতে কয় যে শিক্ষাৰ্থী সকলৰ শিক্ষা বৰ্ষ নষ্ট হ’ব দিব নোৱাৰি।গতিকে চৰকাৰে শিক্ষা অনুষ্ঠান সমূহ কিদৰে খুলিব পাৰি তাৰ পৰিকল্পনা অব্যাহত ৰাখিছে। হয়তো ছেপ্টেম্বৰ মাহৰ পৰা শিক্ষা বৰ্ষ আৰম্ভ হ’ব ।

Leave A Reply

Your email address will not be published.