জনসজাগতামূলক কাৰ্য্যসূচী অনুষ্ঠিত

0 302

আয়ুৰ্সুন্দ্ৰা ছুপাৰ স্পেচিয়েলটী হস্পিতালে জনসজাগতাৰ বাবে দীৰ্ঘমদিন ধৰি কাম কৰি আহিছে ।ইয়াৰ অংশস্বৰুপে দিব ছাইড, ছেভ লাইভৰ শীৰ্ষক এলানি কাৰ্য্যসূচী হাতত লৈছে।ৰোগাক্ৰান্ত ব্যক্তিক কঢ়িয়াই হাতত লৈছে ।ৰোগাক্ৰান্ত ব্যক্তিক কঢ়িয়াই নিয়াৰ এম্বুলেঞ্চক পথ এৰি দিয়া বাবে বিভিন্ন জনসজাগতা মূলক কাৰ্য্যসূচী হাতত লৈছে।এই সম্পৰ্কে আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদ মেলত আয়ুৰ্সুন্দ্ৰা ছুপাৰস্পেচিয়েলিটি হস্পিতালৰ হাই ৰিক্স প্ৰেগনেঞ্চি আৰু আই ভি এফ চেণ্টাৰৰ সঞ্চালিকা ডাক্টৰ অয়না বৰঠাকুৰে কয় যে ইতিমধ্যে ফ্লেচ ডাঞ্চৰ কাৰ্য্যসূচী সমাপন হৈছে।ৰেল কালিৰে পৰা অনুষ্ঠিত হ’ব।অহা৯ মাৰ্চত নাৰী দিৱস উদযাপন কৰা হ’ব আৰু ১৪মাৰ্চত কিডনী দিৱস উপলক্ষে সমূহ ৰোগীৰ বাবে বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ’ব ।সংবাদ মেলখনত ডাক্টৰ অমিতাভ গোস্বামী, চন্দন নাগকে আদি কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.