জল পৰিবহন বিভাগৰ পদক্ষেপ

0 221

ব্ৰক্ষ্মপুত্ৰ নদীক লৈ ৰাজ্যৰ নদী পৰ্যটনৰ ক্ষেত্ৰখনক এক নতুন মাত্ৰা দিয়াৰ উদ্দেশ্যেৰে ভাৰতীয় আভ্যন্তৰীণ জল প্ৰাধিকৰণ আৰু অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগে এক যৌথ প্ৰয়াস কৰিছে।এই প্ৰয়াসৰ অংশ হিচাপে সোমবাৰে দুপৰীয়া গুৱাহাটীৰ পাণ্ডুঘাটৰ পৰা বাংলাদেশ হৈ ব্ৰক্ষ্মপুত্ৰৰে কলকতাত ইণ্ডো বাংলাদেশ প্ৰটকল ৰুটত পৰ্যটকৰ লৈ বিলাসী জাহাজ এম ভি মহাবাহুৰ যাত্ৰা আৰম্ভ কৰিছে ।৬গৰাকী বৃট্ৰিছ আৰু ২দুগৰাকী ভাৰতীয়সহ পৰ্যটককলৈ যাত্ৰা আৰম্ভ কৰা পঞ্চতাৰকাযুক্ত বিলাসী জাহাজ খন ১৬দিনৰ বাবে কলিকতাত উপস্থিত হ’ব।অনুষ্ঠানত গুৱাহাটী উন্নয়ন বিভাগৰ সচিব মণিন্দৰ সিং, আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ সঞ্চালক ৰাহুল দাস,মলয় বৰাকে আদি কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.