জ্ঞানশিখাৰ কৃতিত্ব

0 232

মূকাভিনয়েৰে কৃষ্টিৰ পথাৰখনত নাম জিলিকাবলৈ সক্ষম হোৱা জ্ঞানশিখা হাজৰিকাই চি চি আৰ টি স্কলাৰশ্বিপ লাভ কৰিছে ।গুৱাহাটীৰ মহৰ্ষি বিদ্যা মন্দিৰৰ নৱম শ্ৰেণীৰ ছাত্ৰী জ্ঞানশিখাই মূকাভিনেতা মইনুল হকৰ অধীনত মূকাভিনয়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।উল্লেখযোগ্য যে ভাৰতৰ বিভিন্ন ক্ষেত্ৰৰ লোকক নিজৰ প্ৰতিভা বিকাশৰ বাবে সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰতিবছৰে স্কলাৰশ্বিপ প্ৰদান কৰি আহিছে ।

Leave A Reply

Your email address will not be published.