টাইকোৱানডোত অসমৰ নাম উজলালে

0 298

ৰাষ্ট্ৰীয় অপেন টাইকোৱানডো চেম্পিয়নশ্বিপত অসমলৈ গৌৰব কঢ়িয়াই আনিছে উত্তৰ গুৱাহাটীৰ দুজন খেলুৱৈয়ে।মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত অনুষ্ঠিত এক প্ৰতিযোগিতাত প্ৰীতম কিশোৰ বৰা আৰু মানস জ্যোতি বৰুৱাই সোন আৰু ৰূপৰ পদক অৰ্জন কৰি সাফল্য কঢ়িয়াই আনে।স্মতব্য যে যোৱা ১৫ পৰা ১৮ এপ্ৰিললৈ অনুষ্ঠিত হোৱা চেম্পিয়নশ্বিপত তেওঁলোকে অসমক প্ৰতিনিধিত্ব কৰিছিল।দুই কিশোৰৰ সফলতাত সমগ্ৰ ৰাজ্যবাসী গৌৰৱান্বিত ।

Leave A Reply

Your email address will not be published.