অসমীয়া পৰম্পৰাগত হস্ততাঁত আৰু বস্ত্ৰশিল্পক প্ৰসাৰৰ বাবে উদ্যোগ লোৱা উদ্যমীসকলৰ ভিতৰত ডিজাইনাৰ সংযুক্তা দত্ত অন্যতম ।অসমীয়া চাদৰ মেখেলাক ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ নিয়াৰ বাবে গুৱাহাটীৰ সংযুক্তা দত্তই বিভিন্ন সময়ত প্ৰচেষ্টা অব্যাহত ৰাখিছে।শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত এফ ডি চি আইৰ ফেশ্বন শ্বত ডিজাইনাৰ সংযুক্তা দত্তই ডিজাইন কৰা চাদৰ মেখেলা বলিউদৰ অভিনেত্ৰী কৰিস্মা কাপুৰে পিন্ধি ৰেম্পত খোজ কাঢ়ে।চাদৰ মেখেলাক ৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰসাৰৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে সমূহ অসমবাসীৰ প্ৰশংসা বুুুটলিবলৈ সক্ষম হৈছে ।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন