তিৱা সাংস্কৃতিক মহোৎসৱ সম্পন্ন

0 293

জাগিৰোডত অলপতে অনুষ্ঠিত হয় ষষ্ঠ তিৱা সাংস্কৃতিক মহোৎসৱ ।তিৱা জনজীৱনৰ পৰা লুপ্তপ্ৰায় হ’বলৈ ধৰা সংস্কৃতি সমূহ জীয়াই ৰখাৰ বাবে এনেদৰে প্ৰতিবছৰে এই উৎসৱ উদযাপিত হৈ আহিছে ।মহোৎসৱৰ লগত সংগতি ৰাখি ছগ্ৰাপূজা অনুষ্ঠিত কৰা হয়।মহোৎসৱত তিৱা মুখা শিল্পী খৰ্গেশ্বৰ বৰদলৈক ইন্দ্ৰচিং দেউৰী বঁটা প্ৰদান কৰে।অনুষ্ঠানত গোভাৰজা,দেওৰজাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.