তৰুণ গগৈক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিলে ৰাহুল গান্ধীয়ে

0 224

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ মৃত্যু পিছতে কলাক্ষেত্ৰত উপস্থিত হৈ ৰাহুল গান্ধীয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।তেখেতে কয় যে তৰুণ গগৈ মৃত্যুৱে কংগ্ৰেছৰ কিছু হ’লেও প্ৰভাৱ পেলাব।ৰাহুল গান্ধীয়ে কয় যে তৰুণ গগৈয়ে জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোকে আঁকোৱালি ল’ব জানিছিল। নেতৃত্ব কেনেকৈ দিব লাগিছিল তেওঁ জানিছিল। লগতে তেওঁ কয় যে তৰুণ গগৈ বিয়োগে প্ৰদেশ কংগ্ৰেছক ক্ষতি কৰিব।

Leave A Reply

Your email address will not be published.