দিছপুৰ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৱেব সন্মিলন অনুষ্ঠিত

0 240

গুৱাহাটীৰ দিছপুৰ মহাবিদ্যালয়ত যোৱা শনিবাৰে লেংগুৱেজ এণ্ড কমিউনিকেশ্বন ফৰ লিভিং এণ্ড ৱৰ্কিং শীৰ্ষক বিষয়ৰ সম্পৰ্কত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৱেব সন্মিলন অনুষ্ঠিত হয়।মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ অমৰ শইকীয়াই উদ্বোধন কৰা সন্মিলনখনত হিন্দু বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ডক্টৰ মায়া শংকৰ পাণ্ডে আৰু কৃষ্ণ মোহন পাণ্ডে উপস্থিত থাকে।
 
 
ভাষা আৰু যোগাযোগৰ বিভিন্ন দক্ষতা সম্পৰ্কে আলোচনা হোৱা সন্মিলন খনত মহাৰাষ্ট্ৰ,হাৰিয়ানা,উৰিষ্যা,পশ্চিম বংগ,উত্তৰ প্ৰদেশৰ বহুকেইখন মহাবিদ্যালয়ৰ বহু কেইজন অধ্যাপকে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.