দুঃসাহসিক ক্ৰীড়াৰ প্ৰশিক্ষণ

0 307

ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ অধীনত ৩ ডিচেম্বৰৰ পৰা ১২ডিচেম্বৰলৈ অনুষ্ঠিত হৈছে দুঃসাহসিক ক্ৰীড়াৰ এলানি প্ৰশিক্ষণ।অৰুণাচলপ্ৰদেশ, মেঘালয়,মণিপুৰ,মিজোৰাম,নগালেণ্ডৰ লগতে অসমৰ ২৫গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে।এই সম্পৰ্কে আই আই ইৰ সঞ্চালক ডক্টৰ অভিজিত শৰ্মাই কয় যে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানে দুঃসাহসিক ক্ৰীড়াক আগবঢ়ায় নিবলৈ পদক্ষেপ গ্ৰহণ কৰি আহিছে ।আমাৰ আশা প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষণ গ্ৰহণ কৰি সংস্থাপিত হোৱাৰ লগতে অঞ্চলটোক আগবঢ়ায় নিব।

Leave A Reply

Your email address will not be published.