ৰাজ্য চৰকাৰে আজি জাৰি কৰিছে নতুন এছ অ` পি।এই ঘোষণাৰ পিছতে যোৰহাট ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পৰিচালনা সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কাইলৈ ভাদ মাহৰ পহিলা দিন । ভাদ মাহ উপলক্ষে বিগত বছৰ সমূহৰ দৰে এইবাৰো ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আৰম্ভ হ’ব চাৰি প্ৰসংগীয়া পাল নাম।কিন্তু নতুন এচ অ পি নোলোৱা পৰ্যন্ত পালনাম অনুষ্ঠিত কৰাকলৈ অনিশ্চয়তাত আছিল যদিও আজি প্ৰকাশিত এচ অ পিকলৈ এই অনিশ্চয়তা দূৰ হৈছে।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা